Anyayug Contributor মলেন কুমাৰ গগৈ

চাওডাং : আহোম ৰজাৰ এক বিশ্বস্ত প্ৰহৰী

 মলেন কুমাৰ গগৈ          “চাওডাং” বুলিলে আমাৰ সাধাৰণ অসমীয়া মানুহৰ মনলৈ নিশ্চয় শিৱসাগৰ জিলাৰ  বুৰঞ্জীপ্ৰসিদ্ধ জেৰেঙা পথাৰত কোটকোৰা কাঁইটৰ গছত বান্ধি জয়মতীক শাস্তি দিয়া মানুহবিলাকৰ কথাই আহে৷ অৱশ্যে আহোম ৰজাৰ দিনত চাওডাঙে জয়মতীক শাস্তি দিয়াৰ বিষয়ে নাইবা সেই ঘটনাৰ…