শিয়ালী এ নাহিবি ৰাতি… : লোক সাহিত্যৰ অন্যতম অৱদান নিচুকণি গীত
মঞ্জু দাস সকলো শিশুৱে কান্দে৷ কিন্তু কোনো মাতৃ প্ৰাণে কেতিয়াও সেই শিশুৰ কান্দোন সহ্য কৰিব নোৱাৰে৷ মুক শিশুৰ অবুজ কান্দোন আঁতৰাই শান্ত কৰিবলৈ, টোপনি নিয়াবলৈ শিশুক কোলাত লৈ মাতৃ, আইতাক অথবা ধাইমাতৃয়ে নচুৱাই নচুৱাই গীত-পদ গায়৷ এনেবোৰ গীতকে…