Anyayug Contributor বৰ্ণালী: নমস্কাৰ৷ বহুত বহুত ধন্যবাদ৷

মহাকাশ বিজ্ঞানী বৰ্ণালী দাসৰ সৈতে কথোপকথন

(যোৱা বছৰত এগৰাকী অসমীয়া যুৱতীয়ে মহাকাশ সম্পৰ্কীয় গৱেষণাত লাভ কৰিছে ঈৰ্ষণীয় সাফল্য। কেইবাটাও বিৰল শ্ৰেণীৰ ৰেডিঅ’ তাৰকা বা মেইন-ছি‍কুৱেঞ্চ ৰেডিঅ’ পাল্‌ছ এমিটাৰ বা এম আৰ পি  আৱিষ্কাৰ কৰি মহাকাশ গৱেষণাৰ জগতত বৰ্তি থকা দশকজোৰা ধাৰণা সলনি কৰি নাছাৰ গৱেষণাগাৰত বিশ্বব্ৰহ্মাণ্ডৰ…