কিমান মূৰ্ত এই বিমূৰ্ত কলা
বিমূৰ্ত পেইণ্টিং : কি আৰু কিয় সঞ্জীৱ বৰা তেন্তে, ব্ৰাছৰ তৰংগায়িত ষ্ট্ৰ’কবোৰৰ দৃষ্টিনন্দন উপস্থাপনে দৰ্শকক আকৃষ্ট কৰি ৰসবোধ সম্পূৰ্ন কৰা যেন কৰি তোলা, মূল অৰ্থগ্ৰহণৰ বাবে অপেক্ষা কৰাৰ ধৈৰ্য নাইকীয়া কৰি তোলা- এইবোৰ যে উৎকৃষ্ট সৃজন আৰু পাকৈত শিল্পীৰ কৌশল তাত কাৰো দ্বিমত নাই ৷…