Anyayug Contributor ‘ ব’হাগ হ’ য়া বৈশাখ, কোনো নৈখে বাত,

শব্দ : ৰূপান্তৰৰ প্ৰৱণতা আৰু অন্য কিছু প্ৰসঙ্গ

  ‘ব’হাগ হ’ য়া বৈশাখ, কোনো নৈখে বাত, লেকিন বিহু বিহু লাগিছে হামনে কে’ ভী গাত…’ প্ৰেৰডী সম্ৰাট মুনীন দত্তৰ উপৰোক্ত গীতটি বিগত কিছুদিন মনত বাজি আছে৷ ইয়াৰ আন আন বহু কাৰণ থাকিলেও মূল কাৰণটো হৈছে বিভিন্ন স্থানত দেখা বহাগ শব্দটোৰ…