যুদ্ধোত্তৰ যুগৰ অসমীয়া সাহিত্য সমালোচনা : এক পৰ্যালোচনা
প্ৰাঞ্জল প্ৰতিম বৰা সাহিত্য সমালোচনা হৈছে সাহিত্যৰ অধ্যয়ন ,মূল্যায়ন আৰু ব্যাখ্যা৷ সাহিত্য সমালোচনাত সাহিত্য তত্বৰ প্ৰভাৱ পৰাও পৰিলক্ষিত হয়৷ সাধাৰণ অৰ্থত সমালোচনা বুলি ক’লে বিৰূপ মনোভাৱক বুজায় যদিও সাহিত্যৰ সমালোচনা হ’ল যুক্তিপূৰ্ণ নিৰপেক্ষ বস্তুনিষ্ঠ মূল্যায়ন৷ সমালোচনা সৰ্বদা সৃষ্টিমূলক হোৱা…