Anyayug Contributor প্ৰাঞ্জল জ্যোতি দত্ত

মন’ড্ৰামাৰ অন্তিম ছিকুৱেঞ্চ

প্ৰাঞ্জল জ্যোতি দত্ত   লেমটো এহাতে লৈ ওলাই আহিছোঁ বাহিৰৰ ঘিটমিট আন্ধাৰত তিতি সি তেতিয়াও থিয় দি আছিল একে ঠাইতে চাৱনিত তাৰ এজোপা উদং গছৰ হালধীয়া বুৰঞ্জী চাৱনিটো এদিন মোৰ আছিল   হাতখন বুলাই দিছোঁ তাৰ গালে মুখে এটা চেঁচা…