Anyayug Contributor পল্লৱী শইকীয়া

আপোনাৰ বন্ধুজন যেতিয়া কিতাপ হয়

 পল্লৱী শইকীয়া         আত্মাৰ এক শক্তিশালী বন্ধন হ’ল বন্ধুত্ব৷ আমি বন্ধুত্ব বুলি ক’লে সততে দুজন মানুহৰ মাজত গঢ় লৈ উঠা পাৰস্পৰিক সদ্ভাৱ আৰু মিলা–প্রীতিকে বুজোঁ৷ আজি অৱশ্যে অন্য এক বন্ধুত্বৰ বিষয়েহে কিছু কথা অৱগত কৰিবলৈ প্রয়াস কৰা হৈছে৷         আপোনাৰ বন্ধুজন…