Anyayug Contributor পঙ্কজ বৰুৱা

জলসংকট আৰু আমাৰ পৃথিৱী

পঙ্কজ বৰুৱা  আমি সৰুতে পঢ়িবলৈ পাইছিলোঁ যে পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানীয়ে আগুৰি আছে৷ আমাৰ মনলৈ এই চিন্তা আহে পৃথিৱীত ইমান বেছিকৈ পানী থকাৰ পাছতো পৃথিৱীত জলসংকটে দেখা দিব পাৰেনে? এই কথা বিশ্বাস কৰিবলৈ টান লাগে, যদিও পৃথিৱীৰ ৭১% ভাগ পানী…