কণমানিৰ চিন্তা
নিমিষা শইকীয়া মোক বাৰু তুলি তালি মা দেউতাই কৰিলে ডাঙৰ কেতিয়াবা চিন্তা কৰোঁ পৃথিৱীৰ মাক দেউতাকনো কোন !! থাকে বাৰু ক’ত ? মাক সোধোতে ক’লে আকাশত থাকে বোলে পৃথিৱীৰ মাক ওখ ওখ পাহাৰত থাকে …