Anyayug Contributor নতুন বছৰ: আশা-নিৰাশা

সম্পাদকীয়

 নতুন বছৰ : আশা-নিৰাশা গচ্ছতি ইতি জগতঃ৷ অৰ্থাৎ গৈ থকাৰ মানেই জগত৷ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো অস্তিত্বই গতিশীল, আমি মানুহবোৰো৷ পৃথিৱীৰ আৱৰ্তনৰ লগে লগে আমি গৈ আছোঁ, সৌৰজগতৰ গতিৰেও আমি গৈ আছোঁ, সৰ্বোপৰি সময়ৰ মাত্ৰাৰেও আমি গতিশীল, যি মাত্ৰাক পদাৰ্থৰ চতুৰ্থ মাত্ৰা…