Anyayug Contributor ধৰে নে জনম কেৱে এই মৰতত

স্বদেশ-স্বজাতিৰ উন্নতিকল্পে সৰল বাস্তৱিক এটা প্ৰস্তাৱ

    ধৰে নে জনম কেৱে এই মৰতত শিলাময় কৰি তাৰ হিয়া? এয়ে মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাইকিয়া? নিজৰ দেশখনক আমি সকলোৱে ভাল পাওঁ৷ আনহে নালাগে দেশ মানেনো কি, এই ধাৰণা নোহোৱাজনেও নিজৰ দেশখনক ভাল পায়…