কৰ’না, প্ৰবাসী শ্ৰমিক আৰু অসমৰ অৰ্থনীতিৰ কথা
দ্বিপেন কাকতি আমাৰ দেশত বছৰি পোন্ধৰ লাখ লোকে যক্ষ্মা ৰোগত মৃত্যু বৰণ কৰা, কুৰি লাখৰো অধিক লোকে মেলেৰীয়াত মৃত্যু বৰণ কৰা, প্ৰায় ন লাখ পাঁচ বছৰ অনূৰ্ধ্বৰ শিশুৱে পুষ্টিহীনতাত মৃত্যু বৰণ কৰা, প্ৰায় ডেৰ লাখ লোকে ইনফ্লুৱেঞ্জাসদৃশ ৰোগত বছৰি…