Anyayug Contributor দেৱজিৎ ভৰালী

গণতন্ত্ৰৰ ৰক্ষণাবেক্ষণ : ৰাজনীতি আৰু সম্ভাৱনা

 দেৱজিৎ ভৰালী সম্প্ৰতি গণতান্ত্ৰিক প্ৰমূল্যৰ যি অস্বাভাৱিক আৰু অভাৱনীয় অৱক্ষয় ঘটিছে, তাকে লৈ সচেতনচাম চিন্তিত হৈছে৷ গণতন্ত্ৰক মষিমূৰ কৰিব পৰা প্ৰতিটো কাৰ্যৰে অহেতুক কুচকাৱাজ চলিছে৷ “ভোটৰ” হেৰফেৰ, চৰকাৰমুখী নিৰ্বাচন আয়োগ, স্বাধীনচিতীয়া চৰকাৰী প্ৰশাসন যন্ত্ৰৰ ওপৰত শাসকীয়ৰ ভিন্নমাত্ৰিক হেঁচা প্ৰয়োগ, সংবাদ…

ধনাঢ্য গুগলৰ বৰ্ণাঢ্য কথা

 দেৱজিৎ ভৰালী   গুগল! আমেৰিকাৰ প্ৰখ্যাত তথ্য–প্ৰযুক্তি সংস্থা এলফাবেট (Alphabet Inc.) ৰ এক বৃহৎ অনুষ্ঠান। মানৱ জীৱনৰ সাম্প্ৰতিক তথ্য–প্ৰযুক্তিগত যাত্ৰাৰ অমোঘ শক্তিৰূপে পৰিগণিত গুগল হ’ল সাধাৰণ কথাত এক অনলাইন চাৰ্চ ইঞ্জিন বা তথ্যসন্ধানী মাধ্যম৷ যাৰ ব্যৱহাৰ সম্প্ৰতি বিশ্বৰ ৪০০ কোটি…

জলবায়ু পৰিৱৰ্তন : মানৱসৃষ্ট পাঁচবিধ অপশক্তি

 দেৱজিৎ ভৰালী   বিগত সময়ছোৱাত হোৱা জলবায়ু পৰীক্ষণ সাপেক্ষে আন্তঃচৰকাৰী সংস্থা আই পি চি চিয়ে ( IPCC – Intergovernmental Panel On Climate Change ) জলবায়ুৰ যি অভাৱনীয় পৰিৱৰ্তন ঘটিছে সেয়া পূৰ্বে কাহানিও হোৱা নাই বুলি কৈছে আৰু চিন্তনীয়ভাৱে এই কথাও…

প্লাষ্টিক : মানৱসৃষ্ট প্ৰহেলিকা আৰু প্ৰকৃতিৰ বেথা

 দেৱজিৎ ভৰালী   মানৱ সভ্যতাৰ তুমুল উত্থানৰ পৰিপ্ৰেক্ষিতত বিজ্ঞান–প্ৰযুক্তিয়ে চমকপ্ৰদ সফলতা লাভ কৰিছে৷ আৰু সমান্তৰালভাৱে বিজ্ঞানৰ ন ন উদ্ভাৱনে মানৱ জীৱন সুচলতৰ কৰি তুলিছে৷ কিন্তু তাৰো সমান্তৰালভাৱে মানুহৰ জ্ঞাতে-অজ্ঞাতে প্ৰকৃতিয়ে ইয়াৰ কুফল বাৰুকৈয়ে ভূগিবলগাত পৰিছে৷ পৰিতাপৰ কথা এইখিনিতেই আহি পৰে৷…

সাম্প্ৰতিক জাতীয় সমাজ জীৱনত শংকৰদেৱ-আদৰ্শৰ স্থান

                                                    দেৱজিৎ ভৰালী   মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বুলি ক’লেই স্বাভাৱিকতে অসমীয়াৰ মন-প্ৰাণ শ্ৰদ্ধা আৰু ভক্তিৰে…