শান্তিস্বৰূপ ভটনাগৰ বঁটা আৰু ড° বিনয় কুমাৰ শইকীয়া (অভিনন্দন)
দিগন্ত ওজা অসমৰ বিজ্ঞানক্ষেত্ৰলৈ যোৱা দেওবাৰে (২৬ ছেপ্টেম্বৰ, ২০২১) দুপৰীয়া আহিল এটা অতি ভাল লগা খবৰ৷ গোলাঘাটৰ জোনাকী নগৰত ওপজা আৰু যোৰহাটৰ NEIST অৰ্থাৎ উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (পূৰ্বৰ আঞ্চলিক বিজ্ঞান গৱেষণাগাৰ- RRL) জ্যেষ্ঠ বিজ্ঞানী ড° বিনয়…