সম্পদ সংৰক্ষণ আৰু উন্নয়ন (ৰূপক)
ড০ ৰমেশ গোস্বামী (চৰিত্ৰসমূহ: দীপু – নৱম শ্ৰেণীৰ ছাত্ৰ; ৰূপু – সপ্তম শ্ৰেণীৰ ছাত্ৰী; মাক – স্কুলৰ শিক্ষয়িত্ৰী; মামা – দীপু–ৰূপুৰ মোমায়েক, কলেজৰ অধ্যাপক) ৰূপু – মা, অ’ মা। মাক – মই পাকঘৰত, কচোন৷ ৰূপু – বংশীয়ে কিমান পানী নষ্ট…