পাহৰিব নোৱাৰিলো যি : বিষণ্ণ এক সেউজীয়াৰ স্তব্ধতা
ড° মৃণাল কুমাৰ গগৈ কবিয়ে সূৰ্যোদয়ত কৈছে – ‘‘কত কথা পাহৰি গ’লো, কত কথা পাহৰি থাকোঁ, কেতিয়াবা মনত পেলাবলৈকো কত কথা পাহৰি যাওঁ, আকৌ কোনোবা এটা সময়ত মনলৈ আহিলেও, ফটফটীয়া বা ছঁয়াময়াকৈ, যেনেকৈয়ে নাহক, অহোপুৰুষাৰ্থ কৰিও ভাষাৰে, আনকি ঠাৰে-চিঁয়াৰেও …