Anyayug Contributor ড° প্ৰাঞ্জল বৰা

মিলান কুন্দেৰা : স্মৰণ

 ড° প্ৰাঞ্জল বৰা বিগত শতিকাৰ অন্তিম দশকত হঠাৎ যেতিয়া মিলান কুন্দেৰাৰ সৈতে মোৰ পৰিচয় ঘটিছিল, সেই সময়ত মই মোৰ কৈশোৰ অতিক্ৰম কৰাই নাছিলোঁ আৰু সেই সময়ছোৱাত মুখামুখি হোৱা জীৱনৰ কেইটামান ভয়ংকৰ দুৰ্ঘটনাই প্ৰকৃতাৰ্থতেই মোক বিভ্ৰান্ত কৰি তুলিছিল৷ মোৰ শেষ টোপাল  জীৱনীশক্তিক…