উচ্চশিক্ষানুষ্ঠানৰ মূল্যায়ন
ড০ প্ৰাঞ্জল বেজবৰা ভাৰতবৰ্ষৰ উচ্চশিক্ষাৰ ক্ষেত্ৰখত সততে আলোচিত এটা বিষয় হৈছে উচ্চশিক্ষাৰ অনুষ্ঠানসমূহৰ গুণমান। বিশ্বৰ প্ৰেক্ষাপটত আমাৰ শিক্ষানুষ্ঠানসমূহৰ মান নিম্ন পৰ্যায়ৰ বুলি সমালোচিত হৈ আহিছে। ২০২৩ চনৰ উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহৰ মান পৰ্যালোচনা এটাত দেখা গৈছে যে বিশ্বৰ প্ৰথম ১০০…