Anyayug Contributor ড° পবন কুমাৰ চহৰীয়া

আইনষ্টাইনৰ হেৰোৱা চিঠি আৰু মৌ-মাখিৰ স্পন্দিত নৃত্য

 ড° পবন কুমাৰ চহৰীয়া   আইনষ্টাইন নামটো উচ্চাৰিত হ’লেই আমাৰ মনলৈ আহে অবিন্যস্ত চুলি আৰু সোত–মোচ খোৱা কাপোৰ–কানিৰে ভাবুক মুখৰ ছবি এখন আৰু লগতে আপেক্ষিকতাবাদৰ সেই বিখ্যাত সমীকৰণটো৷ আমাৰ ধাৰণা, আপেক্ষিকতাবাদ অবিহনে যেন বিজ্ঞানৰ জগতত আইনষ্টাইনৰ আৰু আন ক’তো একো পৰিচয় নাই। আজি আমি…