ফুল-পাতৰ বনৌষধি চাহ: টিজানৰ কথাৰে
ড˚ নিতালী বৰগোহাঁই প্ৰথমতে লিখোঁ চাহৰ কথা৷ চাহ হ’ল পূব এছিয়াত পোৱা Camelia Synensis নামৰ এবিধ গছৰ পাত খুন্দি শুকান কৰি পানীত সিজাই প্ৰস্তুত কৰা এবিধ সুগন্ধি পানীয়। পৃথিৱীৰ সকলো দেশৰ মানুহৰ মাজত এইবিধ পানীয় আন পানীয়তকৈ জনপ্ৰিয়। ইয়াত Caffeine থকাৰ…