Anyayug Contributor ড° নলীন বৰঠাকুৰ

আমাৰ বিদ্যালয়ত শিক্ষা প্ৰদানৰ সমস্যা

ড˚ নলীন বৰঠাকুৰ এটা জাতি আৰু জাতিটোৱে জন্ম দিয়া শিক্ষা-ব্যৱস্থাৰ মাজত এৰাব নোৱৰা সম্পৰ্ক থাকে। জাতিটোৰ চিন্তা-ভাবনা আৰু ইতিহাস ইয়াৰ ভাষাৰ দ্বাৰা প্ৰকাশ কৰা হয়। এই ইতিহাসৰ মাজত থাকে জাতি বা জনগোষ্ঠীটোৰ গীত-মাত, সাধু কথা, ফকৰা-যোজনাৰ দৰে বৈশিষ্ট্যমূলক সাংস্কৃতিক উপাদানসমূহ।…