Anyayug Contributor ড ॰ প্ৰিয়দেৱ গোস্বামী

জুখিব জানো পাৰি

 ড॰ প্ৰিয়দেৱ গোস্বামী   কেতিয়াবা কোনো এখন ঠাই বা কোনো এটা দৃশ্য দেখিলে আমি আৱেগ ভৰা ভাষাৰে কওঁ : ইমান ধুনীয়া! তেনে ধৰণৰ আৰু অনেক কথা আছে৷ আজি বৰ গৰম, ইমান ডাঙৰ নদী, ইমান লেতেৰা কাপোৰ, ইমান ওখ-চাপৰ আদি বিষয়ত সহজে সহমতত উপনীত হ’ব নোৱাৰি৷ আমি…

কুৰ্ট গডেল : এজন অসাধাৰণ গণিতজ্ঞ

    ড॰ প্ৰিয়দেৱ গোস্বামী   প্ৰাকৃতিক পৰিঘটনাবোৰ মানুহৰ চিন্তাশক্তিৰে বিশ্লেষণ কৰি কথিত বা লিখিত ৰূপত সংৰক্ষণ কৰিবলৈ আৰম্ভ কৰা সময়ৰ পৰাই যুক্তি-তৰ্কবিদ্যাৰো আৰম্ভ হয়৷ বিভিন্নজনে চিন্তা-চৰ্চা কৰি দাঙি ধৰা উক্তিবোৰ বিশ্লেষণ কৰি জ্ঞান-বিজ্ঞানৰ বিভিন্ন সূত্ৰ প্ৰকাশ কৰা হয়৷ গণিতৰ…

কৃত্ৰিম বুদ্ধিমত্তা – সংশয় আৰু সম্ভাৱনা

  ড॰ প্ৰিয়দেৱ গোস্বামী                 বৰ্তমান সময়ত বিজ্ঞান চৰ্চাৰ লগত জড়িত ব্যক্তিৰ পৰা আৰম্ভ কৰি সকলোবৰ্গৰ মানুহৰ এক ৰ্চচাৰ বিষয় হৈছে কৃত্তিম বুদ্ধিমত্তা (Artificial Intelligence) চমুকৈ AI ৷ আমাৰ মাজত AI শব্দটোৰ প্ৰচলন অধিক হোৱা দেখা গৈছে, অসমীয়া প্ৰতিশব্দৰ ব্যৱহাৰ…

জৰ্জ বুল : এক আৰু শূন্যৰ তাত্ত্বিকজন

  ড॰ প্ৰিয়দেৱ গোস্বামী   বৰ্তমান যুগটো হ’ল তথ্য-প্ৰযুক্তিৰ৷ ই হ’ল মানৱ সভ্যতাৰ চতুৰ্থ বিপ্লৱ৷ এই বিপ্লৱৰ আৰঁত বহু ব্যক্তিৰ অৰিহণা আছে৷ তাৰে ভিতৰত এজন অন্যতম ব্যক্তি হ’ল জৰ্জ বুল৷ সময়-ৰেখাৰ হিচাপত বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল ১৪ বিলিয়ন বছৰৰ পূৰ্বে৷…