Anyayug Contributor ডা ০ প্ৰাঞ্জল কুমাৰ নাথ

হিয়াৰ আমঠু বিহু : এক ঐতিহাসিক আলোচনা

 ডা০ প্ৰাঞ্জল কুমাৰ নাথ   কৃষ্টি, সংস্কৃতি আৰু লোকপৰম্পৰা শ্বাসত আৰু পৰিৱৰ্তনশীল। ইয়াৰ আদি বা অন্ত বিচাৰি পোৱাতো বৰ এটা সহজ কথা নহয়। তথাপি পৰম্পৰা বা লোক-সংস্কৃতি বৈ যায়। বোৱতী নৈৰ দৰে সকলোকে বুকুত বান্ধি বৈ থাকে চিৰদিন, চিৰকাল।  অসমীয়া…