Anyayug Contributor জয়ন্ত দেৱ শৰ্মা

নীলমণি ফুকন আৰু তাৰক চন্দ্ৰ গোস্বামী : এটি সোঁৱৰণ

 জয়ন্ত দেৱ শৰ্মা “এটা এটা মাত্ৰ শব্দ সেউজীয়া বিষ্ণুৰ নাভিকমলত জন্ম হৈছিল শব্দটো” কবি নীলমণি ফুকনে লিখা সেই সেউজীয়া শব্দমালাৰ মাজত আছে অনেক ৰহস্যবোধ। এবাৰ কবিৰ ঘৰলৈ গৈছিলোঁ, কবিৰ মনৰ ৰহস্য সম্পৰ্কে কিছু বুজিবলৈ। লগত আছিল মোৰ পৰিবাৰ। মই সুধিলোঁ– “ড০ হীৰেন…