Anyayug Contributor গীতাৰ্থী গোস্বামী

বৰ্ণাশুদ্ধিৰ তিতা-কেঁহা কিছুমান

গীতাৰ্থী গোস্বামী ‘এই মানুহজনীয়ে অলপ বেছি কৰে। তেওঁহে যেন সকলো বানান জানে! ইমান কষ্ট কৰি এসোপা লিখিলোঁ, এওঁ আক’ বানানত ভুল ধৰে!’ মই বৰ্ণাশুদ্ধি দেখুৱাই দিয়া একাংশ মানুহৰ ধাৰণা এয়া। হয়, মই সঁচাকৈ বহুত কথা নাজানো। তথাপি আখৰ-জোঁটনিৰ ভুলবোৰ  চকুত…