Anyayug Contributor (কল্পবিজ্ঞান কাহিনী)

প্রথম সাক্ষাৎকাৰ

(কল্পবিজ্ঞান কাহিনী) অভিজিত শর্মা বৰুৱা দিল্লীৰ সাংবাদিক বন্ধু প্রদীপ গোৱেলৰ পৰা ফোনত খবৰটো পাই মই আচৰিত হৈ সুধিলোঁ, “কি! তুমি নিশ্চিতনে?” “মোক এইমাত্র নৰৱেৰ পৰা বন্ধু সাংবাদিক এজনে ফোন কৰিছে। আৰু এক–দুই ঘণ্টাৰ ভিতৰতে এনাউঞ্চ্ হ’ব। তেতিয়াহে বিশ্বই কথাটো ফর্মেলি…