Anyayug Contributor কল্পজ্যোতি ৰায়

বাস্তৱতাৰ জলচ্ছেদ

 কল্পজ্যোতি ৰায়   যোৱা তিনিটা দশক ধৰি কবিতাৰ নিৰলস সাধনাত ব্ৰতী হৈ থকা কবি এম. কামালুদ্দিন আহমেদৰ শেহতীয়া সংকলন ‘ৰাজহাঁহৰ কণ্ঠত কিহৰ জলচ্ছেদ’ (২০২১)-এ কবিৰ কাব্য-পৰিক্ৰমাক অন্য এটা আয়তন প্ৰদান কৰি উৎকৰ্ষৰ বিন্দুত আৰোহণ কৰিছে৷ ইয়াত সংকলিত হৈছে কবিৰ ২০১৮…