Anyayug Contributor কথাৰ কথাৰে

অব্যাহৃত

 কথাৰ কথাৰে ৰঞ্জুমণি মহন্ত সৰুতে এটা কাহিনী পঢ়িছিলোঁ৷ এসময়ত এজন ৰজা আছিল৷ ৰজাই এদিন ৰাতি এটা বৰ ভয়ংকৰ সপোন দেখিলে৷ ৰাতিপুৱা সাৰ পোৱাৰ পাছতো তেওঁৰ সপোনটোৰ কথা মনত পৰি বৰ দুঃশ্চিন্তা হ’ল আৰু সপোনটোৱেনো কি অৰ্থ বহন কৰিছে জানিবলৈ বৰ…