Anyayug Contributor এইখিনি কথাকে আৰু সহজভাৱে বুজিবলৈ যত্ন কৰোঁচোন৷

সততাৰ বিপ্লৱ : এক উপলব্ধি

সততা বুলিলে কি বুজায় সেয়া আমি সকলোৱে জানো যদিও ইয়াৰ সংজ্ঞা এটা নিৰূপণ কৰা সহজ নহয়৷ পিছে দিনটোত আমি অন্ততঃ এবাৰলৈ হ’লেও এই শব্দটো উচ্চাৰণ নকৰাকৈ নাথাকোঁ৷ উচ্চাৰণ কৰোঁ ঠিকেই, পিছে আমি নিজে কিমান দূৰলৈ সৎ হৈ থাকিবলৈ যত্ন কৰোঁ অথবা…