সম্পাদকীয়
অসমীয়া শব্দৰ উচ্চাৰণ সম্পৰ্কে জগতৰ প্ৰতিটো ভাষাৰে শব্দাৱলীৰ উচ্চাৰণৰ কিছুমান পৰম্পৰাগত ৰীতি আছে। পৰম্পৰাগতভাৱে চলি অহা এনে ৰীতিবোৰকে সময়ত পদ্ধতিগত অধ্যয়নকাৰীয়ে লিপিৱদ্ধ কৰে আৰু তাৰ পাছৰপৰাই তেনে লিপিবদ্ধ নথিৰ আধাৰতে ভাষা একোটাৰ শব্দাৱলীৰ ব্যৱহাৰ চলি থাকে। পিছে এনেকৈ লিপিৱদ্ধ বা নথিভুক্ত হোৱা প্ৰতিটো…