Anyayug Contributor অলকা মহন্ত

দাঁতৰ পোক

অলকা মহন্ত এক দাঁত এটাত পোক ধৰিছে একত্ৰিছতাই নজনাকৈ বিষ বাঢ়িছে এটা-দুটাকৈ পোকবোৰ কাষৰ দাঁতটোলৈ বগাইছে বাকী ত্ৰিছটাই কথাটো আওকাণ কৰিছে  বিষটো ক্ৰমশঃ উজাই গৈ আছে । দাঁতবোৰত এতিয়া দখল কৰিছে এটা অজান বিষ আৰু কেতবোৰ প্ৰব্ৰজনকাৰী পোক । দুই…