ভগৎ সিঙৰ নাস্তিকতা বানাম বৰ্তমানৰ বাবা সংস্কৃতি
অভিৰাজ দত্ত (এক) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অমৰ শ্বহীদ তথা ভাৰতৰ বাওঁপন্থী বিপ্লৱৰ পষ্টাৰ বয়খ্যাত ভগৎ সিঙে ১৯৩০-৩১ চনত কাৰাগাৰত থকা সময়ত “Why I am an Atheist” শীৰ্ষক ৰচনা খন লিখিছিল৷ ৰচনাখনত তেখেতে ঈশ্বৰৰ অস্তিত্ব দৃঢ়তাৰে নাকচ কৰিছিল৷ ফাঁচীকাঠত ওলমাৰ…