Anyayug Contributor অংশুমান বৰা

স্মৃতি

অংশুমান বৰা পুৰণা ঘৰটোৰ পানীপোতাৰে ঢপলিয়াই ফুৰোঁ কাষত পুৰণি সুহৃদ, নিঃসংগতা অলপ ছাঁ, অলপ পোহৰ; অলপ শেঁতা, আঁচোৰ খোৱা ছবি— চাই থাকোঁতেই  বাঁহতলৰ পুখুৰীলৈ সৰসৰাই সোমায় পানী— ঢেঁকীৰ চাব খৰ হয়— জুইত খৰকৈ ফুটে আখৈ  এলান্ধু লগা বাঁহৰ বেৰত ওলমি…