Category প্ৰবন্ধ/চিন্তন

স্মৃতি

অংশুমান বৰা পুৰণা ঘৰটোৰ পানীপোতাৰে ঢপলিয়াই ফুৰোঁ কাষত পুৰণি সুহৃদ, নিঃসংগতা অলপ ছাঁ, অলপ পোহৰ; অলপ শেঁতা, আঁচোৰ খোৱা ছবি— চাই থাকোঁতেই  বাঁহতলৰ পুখুৰীলৈ সৰসৰাই সোমায় পানী— ঢেঁকীৰ চাব খৰ হয়— জুইত খৰকৈ ফুটে আখৈ  এলান্ধু লগা বাঁহৰ বেৰত ওলমি…

অসমৰ অৰ্থনৈতিক উন্নয়নৰ গতিধাৰা : এক বিশ্লেষণ

 অজয় লিম্বু আৰম্ভণি :       অর্থনৈতিক বৃদ্ধি আৰু বিকাশ অর্থবিজ্ঞানত প্রায়েই ব্যৱহৃত দুই শব্দ৷ শব্দ দুটা প্রায়েই এটা আনটোৰ পৰিপূৰক হিচাপে প্রয়োগ কৰা দেখা যায়৷ যদিও শব্দ দুটাৰ মাজত পাৰ্থক্য নথকা নহয়৷ অর্থনৈতিক বৃদ্ধিয়ে এখন দেশৰ মুঠ ঘৰুৱা…

যোৰহাট চহৰৰ সংগীত সাধনাৰ এটি অৱলোকন

পৰমানন্দ মহন্ত ‘অভিযাত্ৰী তুমি অমৃত সন্ধানী’ – নামটোতেই কিবা কালিকা থকা যেন লাগে; ভিতৰৰ পৃষ্ঠাত দেখিলোঁ ‘অভিযাত্ৰী তুমি অমৃত সন্ধানী (প্ৰথম খণ্ড) – যোৰহাটৰ বিশিষ্ট শিল্পীসকলৰ সাংস্কৃতিক যাত্ৰাৰ এক চমু অৱলোকন’৷ লেখিকা নিজেই এগৰাকী সংগীত আৰু নৃত্য শিল্পী, আৰু যোৰহাট…

ড০ ভূপেন হাজৰিকাৰ গীতত প্ৰেম আৰু প্ৰকৃতি : এটি অৱলোকন

কংকণ বৰা     “সংগীত ফল্গুৰ দৰে, জ্যোতিৰ লহৰ, শব্দ-যন্ত্র ইত্যাদি৷” এটা সময়ত ৰাধিকাৰাম ঢেকীয়াল ফুকনে ‘ঔপপত্তিক আৰু ক্রিয়াসিদ্ধ তৌযত্রিক’ সংগীত সাধনাৰ বাবে অসমীয়াসকললৈ আহ্বান জনাইছিল৷ সংগীতক নৱৰসৰ শ্ৰেষ্ঠতম কলা মাধ্যম বুলি তেওঁ গ্রহণ কৰিছে৷ ভূপেন হাজৰিকাৰ বেলিকাও ই ব্যতিক্রম…

সূৰ্যকণ্ঠ জুবিন গাৰ্গ : ব্যক্তিত্ব, প্ৰতিভা আৰু অসমীয়া সমাজ জীৱনত তেওঁৰ প্ৰাসংগিকতা

 উৎপল বৰকটকী  জুবিন গাৰ্গ যোৱা শতিকাৰ শেষ দশক আৰু পৰৱৰ্তী অসমীয়া সমাজ জীৱনৰ এক এৰাব নোৱৰা নাম৷ ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ হোৱা অসম আন্দোলনৰ পৰিপেক্ষিত্বত এই সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ত হোৱা হিংসা আৰু সামৰিক ক্ৰুৰতাত জৰ্জৰ অসমীয়া জাতিটোক…

বিশ্ব সাহিত্যত নির্বাসন দণ্ড আৰু নিৰ্বাসিত সাহিত্যিক প্রসঙ্গ

 ড° অখিল কুমাৰ গগৈ উনবিংশ শতিকাৰ প্ৰসিদ্ধ ৰাজনীতি বিশাৰদ, লেখক, দুটাকৈ শাসনকাল চলোৱা য়ুনাইটেড কিংডম (United Kingdom) ৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন ডিজৰেলী (Benjamin Disraeli, 1804-1881)য়ে কৈছে – “যিসকল সাধাৰণ লোক চিৰ নিৰ্বাসন দণ্ডৰে দণ্ডিত হয় বন্দী অৱস্থাত জীয়াই থাকিলে তেওঁলোকে জীৱনত…

কৃত্ৰিম বুদ্ধিমত্তাৰ পথ প্ৰদৰ্শক ৱাল্টাৰ পিটছ

  ডঃ  প্ৰিয় দেৱ গোস্বামী    মানুহৰ মগজুৰ বিকাশ হৈ সমাজ পাতি থাকিবলৈ লোৱাৰ পৰাই জ্ঞান আহৰণ প্ৰক্ৰিয়াৰ আৰম্ভ হ‘ল। ই আছিল সভ্যতাৰ দিশত মানুহৰ প্ৰথমটো খোজ। মানুহৰ মাজত স্বাভৱিক ভাষাৰে এজনে আনজনৰ লগত যোগাযোগ কৰা প্ৰক্ৰিয়াৰ আবিষ্কাৰ এক যুগান্তকাৰী ঘটনা…