Tag সংগীত

মহাকবি কালিদাসৰ ৰঘুবংশ

 অধ্যায়  – ৩ অনুবাদ- কৌস্তুভমণি শইকীয়া দত্ত   নন্দিনীৰ অংগনিসৃত জলেৰে (গোমূত্ৰৰে) চকুদুটি ধুলে সজ্জনে বন্দন কৰা দিলীপনন্দনে অতীন্দ্ৰিয় সকলো বিষয় দেখাকৈ দিব্যদৃষ্টি পালে । তদঙ্কনিস্যন্দনজলেন লোচনে প্রমৃজ্য পুণ্যেন পুৰস্কৃতঃ সতাম্ | অতীন্দ্রিয়েষ্বপ্যুপপন্নদর্শনো বভূব ভাবেষু দিলীপনন্দনঃ || ৩-৪১||   ৰাজনন্দনে…

ভ্ৰমৰংগ

 সঞ্জীৱ সভাপণ্ডিত এই লেখাটোৰ নামটো শ্বেইক্সপীয়েৰৰ Comedy of Errors নামৰ নাটকখনৰ অসমীয়া অনুবাদটোৰ পৰা লোৱাৰ লোভকণ মই সামৰিব নোৱাৰিলোঁ; কাৰণ মোৰ এই পৰৱৰ্তী শব্দ শৃংখলৰ পৰা উদ্ভূত হ’বলগীয়া শিৰোনামটো ‘মায়া’ বা ‘দিবা স্বপ্ন’ বা ‘পাগলামি’ আদি যিকোনো হ’ব পাৰিলেহেঁতেন যদিও…

কেইখনমান পানীৰঙী চিত্ৰ, উইলিয়াম লুকাৰ জুনিয়ৰ আৰু ৱিটিছ ভাৰতীয় সেনা

 পঙ্কজ প্রতিম বৰদলৈ  ১৯১৯ চনৰ ২৮ জুনত স্বাক্ষৰিত হোৱা ভাৰ্চাই চুক্তিয়ে আনুষ্ঠানিকভাৱে প্ৰথম মহাসমৰৰ অন্ত পেলায়। সেই একে বৰ্ষৰে জুলাই মাহত গোৰ্খা ৰাইফল্‌ছৰ কৰ্ণবাহাদুৰ ৰাণাই গৌৰৱেৰে হাতত তুলি লৈছিল অতি সন্মানীয় ভিক্টৰীয়া ক্ৰ’ছ। যুদ্ধক্ষেত্ৰত দেখুওৱা অতুলনীয় সাহসিকতাৰ বাবে, সি আছিল সেই সময়ৰ সৰ্বোচ্চ সন্মান।…

সিপাৰে বেলি এইপাৰে ডাৱৰ

 পৰিস্মিতা বৰদলৈ   বাহিৰত মুষলধাৰে বৰষুণ নামিছে৷ ঝৰঝৰ! ঝৰঝৰ! আধাখোলা খিৰিকীৰে উৰিব লাগিছে ৰেচমী পৰ্দাখন৷ পৰ্দাখনৰ ৰংটো কুহুমবুলীয়া৷ খিৰিকীখনৰ ওচৰতে ৰৈছেহি তাই৷ সোমাই অহা এচাৰকণি চিটিকি পৰিছে তাইৰ গালেমুখে, চকুৰ দুপতাত আৰু তাইৰ খোলা চুলিত৷ তাই আজি ৰ’দৰঙী কুৰ্তি এটা…

এই ঘাটে চপাই দে নাও

 তৃপ্তি বৰা   : কাহিনীটো আৰম্ভ হৈছিল এযুৰি চকুৰ পৰা। জলেৰে পৰিপূৰ্ণ অথচ তৰংগহীন সুগভীৰ নাদৰ দৰে এযুৰি চকু। নৈৰ বুকুৱেদি নাও বাই গৈ থকা নাৱৰীয়াই কোনোবা অচিন ঘাটত দেখা পোৱা জলকুঁৱৰীৰ চকু এযুৰি। তাৰপাছৰে পৰাই নাৱৰীয়াক অনবৰতে সেই চকুযুৰিয়ে…

নেপ্‌থেলিন

অনুভৱ তুলসী  নেপ্‌থেলিনৰ গুটিবোৰ গ্লুক’মা ৰঙৰ কিতাপৰ কাষে কাষে থৈ দিছিলোঁ কণা হওক ছিলভাৰ ফিছৰ চকু নহ’লে যে কিতাপো কেচেমা-কেচেম গোন্ধায় জয়াল কল্পনাত শিহৰিত পঢ়ুৱৈ আঙুলি কলহে কলহে আৰবৰ অগৰnৰে ধোৱা লেডী মেকবেথৰ কণমানি দুখনি হাত জৰায়ুত যাৰ আয়ুস মাথোঁ…

চিত্ৰকৰ

কুশল দত্ত   চিত্ৰকৰে তুলিকা বুলাই যায় গোলকটোত চীন থাইলেণ্ড জাপান কোৰিআ নীলা ঘননীলা বেঙুনীয়া কমলা ইটালী ব্ৰাজিল ভাৰত ৰাছিয়া ঘননীলা গেৰুৱা তেজৰঙা বেঙুনীয়া   কিছুদিনৰ আগলৈকে পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় এই চৰিত্ৰটোৰ এটা নাম আছিল পিছে সলনিয়েই জগতৰ ৰীতিৰ পৰিণতিৰে…

এটি চৰাইৰ ছবি‍ এখন আঁকিবলৈ লওঁতে

 মূল (ফৰাচী): ঝাক প্ৰেভেৰ (১৯০০-১৯৭৭)  ইংৰাজী অনুবাদ: ইউজীন লেভিছ অসমীয়া অনুবাদ: প্ৰশান্ত মিশ্ৰ (কবি পৰিচয়ঃ এজন প্ৰখ্যাত ফৰাচী কবি আৰু চিত্ৰনাট্যকাৰ। ঘাইকৈ দ্বিতীয় মহাযুদ্ধৰ পাছৰ পেৰিচ চহৰৰ মানুহৰ জীৱন তেওঁৰ কবিতাত প্ৰতিফলিত হোৱা দেখা যায়। আনহাতে ‘আশা’ আৰু ‘অনুভৱী প্ৰেম’…

বিদ্যায়তনিক অথবা–

 সঞ্জীৱ সভাপণ্ডিত নাজিৰাৰ অৱনী বৰঠাকুৰ, সমগ্ৰ অসমৰ বাঁওপন্থী চিন্তাধাৰাৰ লগত জড়িত সকলোৰে বাবে এটা পৰিচিত নাম৷ এটা শনিবাৰে (২০–০৮–২০২২) তেখেতক লগ ধৰিবলৈ গৈছিলোঁ বৈদ্য বৰপূজাৰী নামৰ এজন মানুহৰ বিষয়ে কথা পাতিবলৈ৷ সুগঢ়ী–দীপ্তচকুৰ–সুদৃঢ় মনৰ– মেদবিহীন দেহৰ মানুহজন বৰ্তমান সামান্য দুৰ্বল হৈছে–…

মহাকবি কালিদাসৰ ৰঘুবংশ

   অধ্যায় ৩ অনুবাদ- কৌস্তুভমণি শইকীয়া দত্ত    ৰঘুৰ অগ্নিপৰীক্ষা     কিছুদিন গ’ল- ইক্ষ্বাকুকুলৰ উত্তৰাধিকাৰে সুদক্ষিণাৰ গৰ্ভত ল’লে থিত। সখীসকলে দেখিলে ৰাণীৰ কৌমুদী মুখ স্বামীৰ বাবে এই বাৰ্তা পৰম আকংক্ষিত।   অথেপ্সিতং ভর্তুৰুপস্থিতোদয়ং সখীজনোদ্বীক্ষণকৌমুদীমুখম্| নিদানমিক্ষ্বাকুকুলস্য সংততেঃ সুদক্ষিণা দৌহৃদলক্ষণং দধৌ || ৩-১||…