বিটকইন
বিনয় মোহন শইকীয়া (৩) বিটকইনৰ প্রাসংগিকতা বিটকইনৰ প্রাসংগিকতা কিয় আহিল সেই প্রশ্নৰ উত্তৰ দিয়াৰ আগতে বিশ্বজুৰি প্রচলিত বেংক ব্যৱস্থাৰ কিছু কথা জানিব লাগিব আৰু এই ব্যৱস্থাৰ কিবা ত্রুটী আছে নেকি তাকো চালি-জাৰি চাব লাগিব। কিন্তু তাৰ আগতে বিটকইনৰ সৈতে…