Tag সংগীত

মহাকবি কালিদাসৰ ৰঘুবংশম্

অনুবাদ – কৌস্তুভমণি শইকীয়া দত্ত   (পঞ্চম অধ্যায়)     বিশ্বজিৎ যজ্ঞৰ দান দক্ষিণাত হ’ল শূন্য ৰাজকোষ সেই সময়তে শিক্ষা কৰিলে সমাপ্ত  বৰতন্তু মুনিৰ শিষ্য কৌৎস গুৰুদক্ষিণা দিবলৈ গুৰুক ৰঘুৰ ওচৰলৈ আহিল বিচাৰি সাহায্য ।   তমধ্বৰে বিশ্বজিতি ক্ষিতীশং নিঃশেষবিশ্রাণিতকোশজাতম্ |…

মলেঁয়া

 (৩) দাদুল দেৱকৃষ্ণ বৰুৱা   : চিন্তাৰ কাৰণ নাই ষ্টেপান।— মিষ্টাৰ ইগৰে ক’লে। : ঠিক হ’ব!— উৎসুক ষ্টেপান। : হ’ব; কিন্তু সকলো ঠিক নহয়। : কিয়? : ডেউকাখন ঠিক কৰিব পৰা নাযাব। বৰ বেয়াকৈ ভাগিল। : তাৰমানে পোৱালিটোৱে ডাঙৰ হৈ…

ছায়াকল্প (৫)

 আকাশ দীপ্ত ঠাকুৰ   (‘ছায়াকল্প’ শীৰ্ষক কবিতাৰ এটি শিতান ‘অন্যযুগ’ৰ পাততে আৰম্ভ কৰিছিলোঁ৷ চাৰিটা খণ্ডৰ প্ৰতিটোতে ভিন্নসুৰী তিনিটাকৈ স্তৱক আছিল৷ বহু দিনৰ বিৰতিৰ পাছত পুনৰ সেই ধাৰাটোৰে তিনিটা স্তৱক লিখিবলৈ হেঁপাহ জন্মিল৷)   (১) জীৱন জলাশয়   আৰুনো কিমান পানী…!…

যি চিনেমা মোৰ নিৰ্মাণ কৰা নহ’ল

 সঞ্জীৱ সভাপণ্ডিত   কি চিনেমানো, কোন মানুহে কিয় নিৰ্মাণ কৰে তাৰ কিবা সঠিক উত্তৰ আছে বুলি ভাবিবৰ মন নাযায়। বহুতে ব্যৱসায়ৰ বাবে চলচ্ছিত্ৰ নিৰ্মাণ কৰে বুলি বুজা যায়। কাৰণ হাজাৰ হ’লেও চিনেমা এটা ব্যৱসায়। চিনেমা নিৰ্মাণত বহুত টকা ব্যয় হয়।…

কীট

 গীতিমণি গোস্বামী (বৰঠাকুৰ) গোৰটো তাৰ গাত মৰি যোৱাকৈয়ে সোধাইছিল সি৷ পুৱা দৰ্জা খোলাত দীঘল পৰুৱাৰ সমদল এটা দেখি তাৰ পম খেদি সি তাক ওপৰলৈ ঠেং-মূৰ দাঙি চক্ৰাকাৰে ঘূৰি থকা অৱস্থাত দেখিলে৷ লুটিয়াই-বগৰাই দিলে সি পুনৰ হৈ জীয়া জীৱন এটালৈ ঢাপলি মেলিব৷ আচৰিত…

জাতীয় ঐতিহ্যৰ প্ৰসঙ্গত

         লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উদ্‌যাপনৰ যোগেদি যোৱা কিছু দিনত সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমীয়া জাতীয়তাবোধ চৰ্চিত হৈছিল অথবা চৰ্চা কৰাৰ ব্যৱস্থা কৰা হৈছিল৷ ই নিশ্চিতভাৱে এটা দৰকাৰী পদক্ষেপ৷ অসমৰ অসমীয়াই যদি ঘৰৰ বাহিৰত গৈ নিজৰ বিষয়ে প্ৰচাৰ নকৰে তেন্তে…

মহাকবি কালিদাসৰ ৰঘুবংশ

অনুবাদ -কৌস্তুভমণি শইকীয়া দত্ত বিজয়ৰ ইচ্ছাত বলীয়ান হৈ ৰঘুৰ সৈন্যদল আগুৱালে জালুকৰ বনত বাস কৰা সেউজী পাৰ উদ্ভ্ৰান্ত হৈ উৰিলে, মলয় পৰ্বতৰ সেই উপত্যকাত শিবিৰ পাতিলে। বলৈৰধ্যুষিতাস্তস্য বিজিগীষোর্গতধ্বনঃ | মাৰীচোদ্ভ্রান্তহাৰীতা মলয়াদ্রেৰুপত্যকাঃ || ৪-৪৬|| অশ্বৰ খুৰাত লাগি ইলাচীফুলৰ ৰেণু উৰি  মত্ত…

সপোনৰ কথকতা

ববিতা কলিতা  ২০৭০ খ্ৰীষ্টাব্দলৈ আপোনাক স্বাগতম! কম্পিউটাৰ স্ক্ৰীনত ভাহি থকা কথাখিনি ধাতৱীয় কণ্ঠ এটাই কৈ উঠিল৷ মই ধন্যবাদসূচক শব্দ এটা কোৱাৰ আগতেই উজ্জ্বল বৰ্ণালী এছটা মণিটৰৰ পৰা ওলাই আহি মোৰ  চকুত চাট মাৰি ধৰিলে৷  অৱধাৰিতভাৱেই মুদ খাই গ’ল মোৰ চকুদুটা৷ …

ৰেডিঅ’ জ’কি (Radio Jockey)

 ড° বুলজিৎ বুঢ়াগোহাঁই           ৰেডিঅ’  জ’কি বা চমুকৈ আৰ. জে. হ’ল ৰেডিঅ’ কাৰ্যক্ৰমণিকাবোৰৰ আঁত ধৰা লোক৷ সহজ অৰ্থত ইয়াক ৰেডিঅ’ কাৰ্যক্ৰমণিকাবোৰৰ ‘সূত্ৰধাৰ’ বুলিব পাৰি৷ প্রথমে এটা কথা উল্লেখ কৰা লোৱা ভাল হ’ব যে ৰেডিঅ’ জ’কি হোৱাৰ বাবে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষাৰ প্রয়োজন নাই৷ কিন্তু ন্যূনতম শিক্ষাগতৰ অৰ্হতা…

আৰ্থাৰ শ্বোপেনহাৱাৰ

ড° প্ৰাণজিৎ বৰা     নীৎসেই তেওঁৰ “শ্বোপেনহাৱাৰ এজ এডুকেটৰ” (১৮৭৪) শীৰ্ষক ৰচনাত লিখিছিল যে একমাত্ৰ যিগৰাকী দাৰ্শনিকক তেওঁ মহাগৌৰৱেৰে স্বীকাৰ কৰিব পাৰে, তেঁ‌ৱেই হৈছে আৰ্থাৰ শ্বোপেনহাৱাৰ (১৭৮৮-১৮৬০)। পৰম্পৰাগত ধৰ্ম আৰু ঈশ্বৰৰ অস্তিত্বৰ ধাৰণাক নাকচ কৰি উঠিও পৰম্পৰাগত নৈতিক প্ৰমূল্যসমূহক স্বীকাৰ…