Tag সংগীত

শেষ বিশ্বযুদ্ধৰ অশনি সংকেত বতাহত

ৰুদ্ৰ সিংহ মটক   শান্তি শান্তি বিচাৰোঁ আমি যুদ্ধ নিবিচাৰোঁ কাহানিও   অথচ   এতিয়া তল-ওপৰ বতাহ যুদ্ধৰ দামামা বাজিছে ৱাৰ ড্ৰীল নিউক্লিয়াৰ ড্ৰীল চলিছে পৃথিৱীৰ সৰ্বত্ৰ – ৰঙা চীনত ৰাছিয়াত বাইডেনৰ আমেৰিকাত, মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ নাটো দেশবোৰত   কোনে…

স্বৰ্ণ মন্দিৰৰ সোণোৱালী আভা আৰু অমৃতসৰৰ অমৃত

 অংগনা চৌধুৰী   বহুদিনৰ পৰাই মন আছিল স্বৰ্ণমন্দিৰলৈ যোৱাৰ৷ অকল স্বৰ্ণমন্দিৰ বুলিয়েই নহয়, গোটেই অমৃতসৰখনৰ প্ৰতিয়েই এক আকৰ্ষণ জাগিছিল মনত৷ সেয়ে ৭ ডিচেম্বৰ ২০২২-ৰ দিনা গুৱাহাটীৰ পৰা দিল্লীলৈ আকাশীযানেৰে উৰা মাৰিলোঁ৷ দিল্লীৰ পৰা অমৃতসৰলৈ আকৌ আমাৰ ফ্লাইট আছিল ৰাতি সাত…

চলচ্চি‍ত্ৰ মহোৎসৱ, কৌটিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু হাউছ অৱ ইলিউজনছ

ড° দীপশিখা ভাগৱতী   চলচ্চি‍ত্ৰ  মহোৎসৱ, ফিল্ম ফেষ্টিভেল বুলি ক‘লে আজিৰ পৰা কেই বছৰমান আগলৈকে সাধাৰণ জনগণই সৰ্বসাধাৰণে ঢুকি পোৱাৰ উৰ্ধ্বৰ এক জাকজমক “এফেয়াৰ” বুলিয়েই ধাৰণা কৰি আছিল। ফিল্ম ফেষ্টিভেল বুলি ক‘লে মানুহে কাঁ আন্তৰ্জাতিক চলচ্চি‍ত্ৰ  মহোৎসৱ, বাৰ্লিন, টৰণ্ট‘, ভেনিছ, বা অতি…

বিটকইন

 বিনয় মোহন শইকীয়া  (যোৱা সংখ্যাৰ পিছৰ পৰা) (৪) বিটকইন নেটৱৰ্কৰ কর্মপদ্ধতি   বিটকইনে কেনেকৈ কাম কৰে সেই বিষয়ে বিতংভাৱে আলোচনা কৰাটো এই লেখাৰ উদ্দেশ্য নহয়, আৰু এই পৰিসৰত সেয়া সম্ভৱো নহয়। বেছি গভীৰলৈ নোযোৱাকৈ প্রক্রিয়াটোত আচলতে কি কি কাম কৰা…

ঐতিহাসিক অসম চুক্তি আৰু ৰাজনৈতিক প্ৰেক্ষাপট

 ৱাহিদ আহমেদ ৰাজনীতি হৈছে বিভিন্ন ৰাজনৈতিক দিশসমূহৰ পুংখানুপুংখ আলোচনাৰ এটা বৃহৎ প্ৰক্ৰিয়া৷ য’ত নিহিত হৈ থাকে বহু বিষয় আৰু তাৰ ধাৰণা৷ এই বিষয়টোৰ লগত জড়িত হৈ থকা কিছু আনুষংগিক বিষয় উল্লেখ কৰা ভাল হ’ব যে ৰাজনীতিৰ লগত সততে যুক্ত হৈ…

আত্মপক্ষ

মৃদুল শৰ্মা আকাশ উদাৰ কিন্তু দেখুৱায় আন্ধাৰ সেউজীয়াৰ ভৱিষ্যত মই দেশৰ পতাকাখন ৰখি আছোঁ পৃথিৱী জ্বলিছে দেশ-কাল জ্বলিছে মাটি-মানুহৰ চিতা জ্বলিছে বুকু জ্বলিছে ভোকত পেট জ্বলিছে ওফোন্দ পাতি থকা গাভিনী আকাশৰ ভৱিতব্য কি কোনেও নাজানে সকলো হতাশ সকলো নিৰাশ অনুৰ্বৰ…

জীৱনৰ ভৰশূন্যতাৰ বেদনা : ননী বৰপূজাৰীৰ শিল্পকৰ্মৰ মাজত আনন্দৰ সন্ধান

 প্ৰশান্ত মিশ্ৰ     জীৱনৰ ভৰশূন্যতাৰ অসহনীয় বেদনাৰ অন্ধকাৰৰ মাজত হয়তো কলাই আমাৰ বাবে কঢ়িয়াই আনে আনন্দৰ এচেৰেঙা ৰ’দ!কবিয়ে অৱশ্যে কয়- “কাৰ ইমান গৰজ যে মোক ৰ’দ আনি দিব/ সহজ হ’ব মোৰ কাতৰ উশাহ (হীৰেন ভট্টাচাৰ্য)!”কিন্তু তেওঁৰ কাব্য পাঠেই আমাৰ…

ধনিৰাম দত্ত আৰু অসমীয়া প্ৰকৃতি সাহিত্য

মানস প্ৰতিম দত্ত           প্ৰকৃতি সাহিত্য হ’ল সাহিত্যৰ এনে এটি নৱ্য ধাৰণা য’ত প্ৰকৃতি বৰ্ণন আৰু সংৰক্ষণ দুয়োটা ক্ষেত্ৰৰ সমগুৰুত্ব প্ৰদান কৰা সৃজনশীল পৰিৱেশভিত্তিক সাহিত্যক সাঙুৰি লোৱা হয়। অসমীয়া ভাষাৰ প্ৰকৃতি সাহিত্যৰ ক্ষেত্ৰত বাটকটীয়া হিচাপে অভিহিত কৰা প্ৰথমখন গ্ৰন্থই…

দ্য ছুইমাৰছ্

  নিজৰা ৰাজকুমাৰী                                   “আই অ্যাম ছাৰা মাৰ্ডিনি, আই হেভ ন’ কাণ্ট্রি এনিম’ৰ৷” হঠাৎ যদি আপোনজনৰ পৰা আপুনি বিচ্ছিন্ন হৈ পৰে! অভাৱনীয়ভাৱে যদি আপোনাৰ পৰা হেৰাই যায় আৰামদায়ক বাসস্থান, আনকি সপোন পূৰণৰ স্বাধীনতাও?…

কেথাৰছিছ

 মাধুৰ্য্য গোস্বামী   কেথাৰছিছ..কেথাৰছিছ.. ৬০ কিলোমিটাৰ স্পীডত চলি থকা ডেৰশ চিচিৰ (অঃ ছ’ৰী, ১৪৯ চিচি) এফ জেড্ বাইকখনৰ গতি ক্ৰমাৎ বাঢ়ি গৈ থাকিল, ৬৫… ৭০… ৮০… ৮৪…সমানে বাঢ়ি গৈ থাকিল তাৰ হৃৎপিণ্ডৰ গতি, ৭৩… ৭৫… ৭৭… ৮০..কেথাৰছিছ! এক্সিলেণ্ট নাম। সি…