মিনহঁতৰ দেশ ইন্দোচীনত
তপন কুমাৰ শৰ্মা (৪) এসময়ত এখন দেশত… ২১ বছৰীয়া যুৱক ভান-বা নামৰ যুৱক আছিল। তেওঁ ছাইগন বন্দৰত থকা ফৰাচী জাহাজ এখনৰ ৰান্ধনিশালৰ লগুৱা হিচাপে খাটিবলৈ আৱেদন কৰিলে। জাহাজখনৰ নাম এডমিৰেল-ডে-লাটউচ-ট্ৰেভিলে। জাহাজখনে ১৯১১ চনৰ ৫ জুনত যাত্ৰা আৰম্ভ কৰিলে, এমাহৰ…