জীৱন জিন্দাবাদ
বিপুল কুমাৰ দিহিঙীয়া এটা ব্রেকিং নিউজৰ পাছত পূর্বজৰ শাৰীত আমি মৃতভক্ষ মাজনিশাৰ পঁয়ালগা সপোনৰ ৰমণীয় উল্লাস আৰু সাৰ পাই দেখোঁ… শব্দৰ খেলাৰ মাজেৰে ক্ৰমাৎ ধূসৰ এটা পুৱা বালিধুমুহাত জিল্মিল সৰিয়হ ফুল ক’ৰ পৰা জানো আৰম্ভ কৰে… …
বিপুল কুমাৰ দিহিঙীয়া এটা ব্রেকিং নিউজৰ পাছত পূর্বজৰ শাৰীত আমি মৃতভক্ষ মাজনিশাৰ পঁয়ালগা সপোনৰ ৰমণীয় উল্লাস আৰু সাৰ পাই দেখোঁ… শব্দৰ খেলাৰ মাজেৰে ক্ৰমাৎ ধূসৰ এটা পুৱা বালিধুমুহাত জিল্মিল সৰিয়হ ফুল ক’ৰ পৰা জানো আৰম্ভ কৰে… …
(২) বস্ত্ৰ ড° ভাৰত বৰুৱা বস্ত্ৰ মানুহৰ লজ্জা আৰু শীত নিবাৰণৰ এক মুখ্য আহিলা৷ আদিম যুগত মানুহে জন্তুৰ ছাল বা গছৰ বাকলিৰেই এই প্ৰয়োজন পূৰণ কৰিছিল৷ পিছে নিজে বস্ত্ৰ তৈয়াৰ কৰিবলৈ শিকাৰ পৰাই প্ৰকৃতিৰ পৰা পোৱা বিভিন্ন উপাদানেৰে মানুহে বস্ত্ৰ…
অংকুৰণ আৰ্ফ পুৰাণ পদ্য – ১ শিলে শিলে সুৰ বুকুভৰা বেদনাৰ ইমান কৰুণ সুৰ প্রাচীন এই শিলৰ উপত্যকাত ৰাতি ৰাতি ৰাউচি জুৰি কোনে কান্দে বুৰঞ্জীৰ বতাহত ভাহি অহা কাৰ এয়া ইমান দুখৰ মাত …
ড° বুলজিৎ বুঢ়াগোহাঁই ইলেকট্র’নিক মাধ্যম হৈছে সংবাদ মাধ্যমৰ এটা শ্ৰেণী যিয়ে বিষয়বস্তু ইলেক্ট্ৰ’নিক্স আৰু ইলেক্ট্ৰ’মেকানিকেল শক্তি ব্যৱহাৰ কৰি দৰ্শকৰ আগত উপস্থাপন কৰে৷ সাধাৰণ জনতাৰ বাবে পৰিচিত প্ৰাথমিক ইলেকট্র’নিক মাধ্যমৰ উৎসবোৰ হ’ল- ভিডিঅ’ ৰেকৰ্ডিং, অডিঅ’ ৰেকৰ্ডিং, মাল্টিমিডিয়া উপস্থাপন, শ্লাইড উপস্থাপন,…
জ্যোতিনীলিমা গগৈ নিজম ৰাতি ৰে’লখন উকিয়াই গুচি গৈছে স্মৃতি নামৰ সংৰক্ষিত দবাত বোজাই কৰি নিছে পকা পাতবোৰ যাৰ বুকুত এদিন পৃথিৱীৰ কবিতা বুলি নাৰীৰ ছবি অঁকা হৈছিল নোটবুকত সাঁচি ৰখা হৈছিল সেই নাম বতাহত সুহুৰি বজাই হৃদয় জগোৱা…
যশোৱন্ত নিপুন নৈশ বাছখনত উঠি ওপৰত বেগটো ৰাখি নিজৰ ছীটটোত বহাৰ আগতে বাছখনৰ আগে-পিছে চালোঁ ৷ কেনে ধৰণৰ সহযাত্ৰীৰ লগত জীৱনৰ কেইটামান ঘণ্টা পাৰ কৰিব লাগিব সেইটো জানিবলৈ মোৰ সদায় মন যায় ৷ আধামান ছীট তেতিয়াও খালি ৷ অলপ পাছত…
প্ৰেমনাৰায়ণ নাথ আমাৰ ড্ৰয়িংৰুমত ক’লা চানেকীয়া আৰু মটীয়া ৰঙৰ এখন চেতাৰ আৰু এখন গীটাৰ য’ত আমাৰেই ল’ৰাহঁতে বোলাইছিল শৈশৱ কৈশোৰ যৌৱনৰ আঙুলি আমাৰ স্তুতি প্ৰাৰ্থনা অশ্ৰু স্মৃতি ঢাকি আনন্দ আৰু বেদনা মথি মথি অটল আজিও মুখৰ সেই গীটাৰ…
দীপিকা শইকীয়া মাটিৰ মাতষাৰকে ওঁঠত লৈ ফুৰিছোঁ মাতষাৰেই পুহিছে জীৱন মাতৰ চুমাই জুৰিছে হিয়া হাবিৰ জোপোহা বিজুলী বাঁহজোপাত সোমাই থাকে হঁয়কলি ইনাই-বিনাই কণ্ঠত নিয়াৰি কোমলকৈ মাটিৰ ভাষা পৰ্বত-পাহাৰ ফালি কল-কল সুৰেৰে আহিছে নৈখন বৈ অটল চেতনাৰ সোঁৱৰণী…
পঙ্কজ প্ৰতিম বৰদলৈ বিংশ শতিকাৰ অন্যতম পুৰুধা ব্যক্তি মহাত্মা গান্ধী ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ নেতা হোৱাই নহয়, ভাগৱত, পুৰাণ, গীতা আৰু অন্যান্য দাৰ্শনিক গ্ৰন্থৰ বিস্তৰ অধ্যয়নেৰে পুষ্ট গভীৰ দাৰ্শনিকো আছিল। গীতা গ্ৰন্থখনে মহাত্মা গান্ধীৰ জীৱনত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছিল। গীতা…
সততা বুলিলে কি বুজায় সেয়া আমি সকলোৱে জানো যদিও ইয়াৰ সংজ্ঞা এটা নিৰূপণ কৰা সহজ নহয়৷ পিছে দিনটোত আমি অন্ততঃ এবাৰলৈ হ’লেও এই শব্দটো উচ্চাৰণ নকৰাকৈ নাথাকোঁ৷ উচ্চাৰণ কৰোঁ ঠিকেই, পিছে আমি নিজে কিমান দূৰলৈ সৎ হৈ থাকিবলৈ যত্ন কৰোঁ অথবা…