Tag সংগীত

লিটমাছত লিখা এখন দিনলিপি

 মুনমী দত্ত হাজৰিকা      : এণ্ড দ্য এৱাৰ্ড গ’জ টু…নাটু নাটু…   সপ্ৰতিভ ব্যক্তিত্বৰে তেওঁ ডাইচলৈ আহিল৷ উজ্জ্বল চকুৰে সকলোলৈকে দৃষ্টি নিক্ষেপ কৰিলে৷ এনে লাগিল তেওঁ যেন এই সময়ত প্ৰেক্ষাগৃহত উপস্থিত থকা সকলোৰে বহুদিনীয়া চিনাকি৷    কি কয় বা!    মোবাইলৰ এৱাৰ্ড…

দ্ৰোণ শৰ্মাৰ সপোন

 অমৃত গোস্বামী আনবোৰ চাহ বাগিচাৰ দৰেই ‘বৰখঙীয়া’ চাহবাগিচাৰো শ্ৰমিকসকলৰ দৰমহা সাপ্তাহিক হিচাপত হয়– প্ৰতি শনিবাৰে৷   চাহ বাগিচাৰ কাম-কাজবিলাক কম্পিউটাৰাইজ্‌ড্ হোৱাৰ পৰা অৱশ্যে কেৰাণী-মহৰীসকলৰ কাম-কাজৰ বোজা বহুখিনি কমি আহিল৷ লগে লগে তেখেতসকলে চাকৰি ৰক্ষাৰ খাতিৰতে কম্পিউটাৰ শিকিবলৈ বাধ্য হ’ল৷ বৰখঙীয়া চাহ…

মহাকবি কালিদাসৰ ‘ঋতুসংহাৰম্’

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত পঞ্চম অধ্যায় ।। শীত বৰ্ণনা ।। ।। অথ শিশিৰঃ ।। পৰিপূৰ্ণ ভূমি পকা ধান আৰু কুঁহিয়াৰৰ সৌন্দৰ্যৰে ক’ৰেনো  ক্ৰৌঞ্চপখীৰ মোহনীয় কলৰৱ য’তে-ত’তে কামাৱেশত মগ্ন ৰমণীৰ অতিকৈ প্ৰিয় হে সুন্দৰ জংঘাৰ গৰাকিনী মোৰ প্ৰিয়া ! শীতৰ…

মলেঁয়া

 দাদুল দেৱকৃষ্ণ বৰুৱা  (২২) ভাগৰি পৰিছে ষ্টেপান। দেহৰ ভাগৰ নহয়, মনৰ ভাগৰত ভাৰাক্ৰান্ত তেওঁ। বুকুৰ ভিতৰত এক অবুজ হাহাকাৰ— কি হ‘ব এনেকৈ থাকিলে! এনেদৰে আৰু কিমান দিন! খাবলৈ একেবাৰে এৰি দিছে মলেঁয়াই। তাইৰ পচন্দৰ মাছ যোগাৰ কৰি দিয়াৰ পাছতো তাই…

ডা ডি ডা নে ডিজিটেল

 চিত্তৰঞ্জন ওজা    কুৰুক্ষেত্ৰ যুদ্ধৰ ঠিক আগে আগে কৃষ্ণই অৰ্জুনক কৈছিল, “সখা, পৰিৱৰ্তনৰ পৰা ভয় নাখাবা৷ মনত ৰাখিবা, পৰিৱৰ্তনেই হৈছে একমাত্ৰ ধ্ৰুৱক, ই কেৱল ভালৰ বাবে।   থানাৰ একেবাৰে শেষৰ ৰূমটোত থকা ৰেডিঅ’ৰ পৰা ওলোৱা বাৰ্তাসমূহ যেন দিলীপ তামুলীৰ বহুদিনৰ…

কলা কি?

 মূল : লিও টলষ্টয়ৰ What is Art?  অনুবাদ : ড০ বিৰিঞ্চিকুমাৰ দাস  (৬) জাৰ্মানীত এইসকল অধিক প্ৰসিদ্ধ লেখকৰ পাছত কম মৌলিক আৰু কম প্ৰভাৱশালী লেখকসকল আহিল, যেনে হাৰ্টমেন, কাৰ্কমেন, শ্বনাছে, আৰু, কিছু পৰিমাণে, হেল্মহোল্টজ (নন্দনতাত্ত্বিক হিচাপে), বাৰ্গমেন, য়ুংমেন, আৰু অন্য…

হাঁহৰ কথা

আৰণ্যক শইকীয়া   “ প্রফুল্ল ক’ত?” ৰাজুৰ প্ৰশ্নত ৰামে বাৰীখনলৈ আঙুলিয়াই দিছে৷ হাঁহৰ গঁড়ালৰ ওচৰত প্রফুল্লক দেখা গৈছে – জুমি-জুমি চাই আছে গঁড়ালৰ ভিতৰলৈ; দিন-দুপৰৰ তীব্ৰ ৰ’দত চকু-কপাল কোঁচ খাই গৈছে যদিও সি কিবা এটা বিচাৰি ফুৰিছে বুলি ধৰিব পাৰি,…

ৰূপান্তৰ

  মূল (ইংৰাজী) : কেথলিন জেইচি ৰাইন অসমীয়া অনুবাদ : ড° ৰঞ্জিত দত্ত পৰিবৰ্ত্তন হোৱা সুৰুযে জোনটোক কলে তুমি স্থবিৰ  নহবা। পৰিবৰ্ত্তন হোৱা জোনটোৱে পানীখিনিক ক’লে- সকলোবিলাকেই বৈ আছে। পৰিবৰ্ত্তন হোৱা পথাৰখনে ঘাঁহবোৰক ক’লে-  শস্য সিচা আৰু চপোৱাৰ সময় সমগত।…

দিক পৰিৱর্তন

মূল (বাংলা) : মানিক বন্দ্যোপাধ্যায় অসমীয়া অনুবাদ : বাসুদেব দাস   মনোহৰৰ ইমান খ্যাতি যে ৰোগীবোৰ যেন তেওঁৰ হাতত মৰিবলৈও ভাল পায়।মনোহৰৰ প্রকাণ্ড তিনিতলা ঘৰৰ দ্বিতীয় আৰু তৃতীয় মহলাদুটা থকাৰ বাবে, তলৰ মহলাত ডাঙৰ ডিছপেনছাৰি আৰু ঔষধৰ কাৰখানা। মনোহৰৰ আৱিষ্কৃত কেইবাটাও পেটেণ্ট…

কেৰেবিয়ান সাগৰত নীলাভ ছুনামি

 যুগললোচন দাস   সুযোগটো আহিল ভিভ, মেলকম আৰু লাৰাৰ দেশত৷ কেৰেবিয়ান সাগৰত নীলাভ ঢৌৰ ছুনামি৷ এটা সময়ৰ বিশ্বত্ৰাস- ধ্ৰুপদী ক্ৰিকেটৰ সেউজীয়া কেনভাছত নীলা জাৰ্ছীৰ আধিপত্য৷ মেন ইন ব্লু টীম ইণ্ডিয়া৷ বাৰ্বাডোজৰ শনিবাৰৰ ফৰকাল বতৰ৷ হয়তো এখন শিহৰণকাৰী ক্ৰিকেট মেচ উপভোগ…