Tag সংগীত

অচিন জগতত বাটলু

  স্মৃতিৰেখা দেৱী তথাপি ইপ্পি ডাঙৰীয়াৰ অনুৰোধ ৰাখি নিজৰ খুদমান আসনখনতে কিছু পোন হৈ বহি বাটলুৱে ক’বলৈ যত্ন কৰিলে – ‘আপোনালোক সকলোকে প্ৰণাম জনাইছোঁ৷ মই বৰ বেছি কথা নাজানো৷ আমাৰ পৃথিৱীত আপোনালোকৰ দৰে এবিধ প্ৰাণী আছে যিসকলক মানুহ বুলি কয়,…

পৃথিৱীৰ অসুখৰ খবৰ কোনে ৰাখিছে

  পৃথিৱীৰ জীৱকুলক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি তথা আন আন অপকাৰী মহাজাগতিক ৰশ্মিৰপৰা ৰক্ষা কৰি অহা বায়ুমণ্ডলৰ অ’য’ন স্তৰটো ক্ষতিগ্ৰস্ত হোৱা বুলি বিগত শতিকাৰ অষ্টম দশকতে বিজ্ঞানীসকলে ধৰা পেলাইছিল আৰু তাৰ ক্ষতি ৰোধ তথা মেৰামতি কৰাৰ উদ্দেশ্যে বিশেষ কেতবোৰ পদক্ষেপ…

ৰ’দে-বৰষুণে ইমান যে গান

 লোকনাথ গোস্বামী -৮ – (১) দ বেছেৰীয়া গাঁৱৰ পৰা গৈ ভোমোৰাগুৰি জাহাজ ঘাট পাওগৈ মানে প্ৰায় আবেলি হৈছিল৷ জাহাজ ঘাটত দেখিলো অজস্ৰ মানুহ, জাহাজত উঠি  পাৰ হবলৈ হেতা-ওপৰা লগাইছে৷ মানুহৰ ভিৰ থেলি সৰু দাদাই আমাক টিকট কাউণ্টাৰৰ ওচৰলৈ লৈ গ’ল৷ …

হৰিণা পোৱালি

ক্ষিপ্ৰকল্প গগৈ গাঁওখন বহুত সলনি হ’ল! আগৰ খলা–বমা, কেঁচা, নাঙঠ আলি–পদূলিবোৰক এতিয়া  বিটুমিন আৰু পেভমেণ্ট ব্লকৰ নিমজ আৱৰণে ঢাকি পেলালে; এবেলাৰ বাট এঘণ্টাৰ হ’ল। চহৰৰ আব্‌-হাৱাই গাঁওখনকো পৰশিলে। গৰুবিহুৰ দিনা ঘৰৰ টেলিভিশ্যনতে গৰুক গা–ধুওৱাৰ দৃশ্য চাই মানুহবোৰে বন্ধ উপভোগ কৰিলে।…

এপইনমেণ্ট উইথ লাভ

 মূল : চুলেমিথ ইশ-কিশোৰ  অনুবাদ : পংকজ কুমাৰ নেওগ   ছয় বাজিবলৈ আৰু ছয় মিনিট বাকী – নিউয়ৰ্কৰ গ্ৰেণ্ড চেণ্ট্ৰেল ষ্টেছনৰ ইনফৰমেশ্বন বুথৰ ওপৰত ৰখা ডাঙৰ ঘড়ীটোৱে সময়ৰ জাননী দিলে। দীৰ্ঘদেহী ডেকা আৰ্মি অফিচাৰজনে তেওঁৰ ৰ’দে পোৰা মুখখন ওপৰলৈ তুলিলে আৰু চকু দুটা সৰু…

সাত বছৰে বলোৰাম

 স্ৰোতস্বিনী তামুলী            বলোৰাম ! … তেওঁৰ সমুখত বিশাল সেউজীয়া ধাননি৷ কাষতে চাহৰ কেটলিটো হাতত লৈ ৰৈ আছে তেওঁৰ জীয়ৰী ৰীমা৷ তাই একেথৰে চাই ৰৈছে মানুহজনৰ অসহায় কৰুণ মুখখনলৈ৷ তেওঁলোকৰ মূৰৰ ওপৰত প্ৰখৰ ৰ’দৰ তাপ৷ দহ পুৰা মাটিৰ ধান খেতি…

ক্ষমা

যশোৱন্ত নিপুণ    ঘৰটোৰ দুৱাৰ-খিৰিকীবোৰ দুৰ্বল হৈ আহিছিল৷ খুব ভাল কাঠৰ আছিল বাবে নকুল ঠাকুৰীয়াই ভাবিছিল সেইবোৰ কেতিয়াও নষ্ট নহ’ব৷ কিন্তু সেইবোৰ অতীতৰ গৰিমাৰ কেৱল ছাঁটো হৈ কিবাকৈ খহি নপৰাকৈ থিয় হৈ আছিল মাত্ৰ৷ গতিকে বহুতক সোধা-মেলা কৰি তেওঁ কাঠখিনিৰ…

মহাকবি কালিদাসৰ ‘ঋতুসংহাৰম্’

অসমীয়া অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত  ।। বসন্ত বৰ্ণনা ।। ।। অথ বসন্তঃ ।। হে প্ৰিয়তমা! নৱবিকশিত আমফুলৰ অতি তীক্ষ্ণ বাণেৰে সজ্জিত ভ্ৰমৰৰ পংক্তিৰূপী গুণ যাৰ সুশোভন ধনুত সেই বসন্তৰূপী যোদ্ধা আহি হৈছে সমাগত সম্ভোগৰসিক কামাসক্তৰ মন কৰিবলৈ বিদ্ধ ।…

এজন কবি হ’বলৈ

মূল : জেৰুশ্লাভ ছেইফাৰ্ট ((Jaroslav  Saifert) ১৯৮৪ চনৰ সাহিত্যৰ ন’বেল বঁটা প্ৰাপক, চেক গণৰাজ্য অনুবাদ : ড° ৰঞ্জিত দত্ত বহুদিনৰ আগতেই জীৱনে মোক শিকাইছিল সংগীত আৰু কবিতাই হ’ল জীৱনে দিব পৰা পৃথিৱীৰ অতিকৈ ধুনীয়া সম্পদ অৱশ্যে হয়তো প্ৰেমক বাদ দি!…

স্বাধীনোত্তৰ কালৰ অসমীয়া চিনেমা – ৩

 (পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী ব্ৰজেন বৰুৱাই সঙ্গীত দিয়া চিনেমাখনৰ বাবে গীত লিখিছিল কেশৱ মহন্তই— “কিনো শুৱনি তোৰে মুখনি/ পদুমৰে ঠাৰি যেন হাত দুখনি/ তোৰে চকুযুৰি যায় উৰি উৰি/ বিচাৰি বিচাৰি কোন মায়াপুৰী/ কোন সৰগ জিনো বুলি/…