Tag সংগীত

ৰাগ বাহাৰ আৰু এখন কথা কোৱা কেনভাছ

 তৃপ্তি বৰা     সৰু কোঠাটো, বিছনাখন আৰু এখন চাৰিকোণীয়া আকাশ! মাজে মাজে চুকৰ সৌ লঠঙা গছজোপাৰ ডাল এটাৰ পৰা বেলিটো লুটুপকৈ সৰি পৰে, কেতিয়া কোন সময়ত সৰে মোৰ খেয়ালেই নাথাকে আজিকালি৷ তাৰ পাছত গোটেইখন আন্ধাৰ হৈ পৰে৷ কেতিয়াবা জোনৰ…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (২৩) মলেঁয়াই এখন ঠেং তুলি, এখন ঠেঙত ভৰ দি চোতালৰ এমূৰে ৰ‘দ পুৱাই আছিল আৰামত। তেনে পৰতে ষ্টেপান আহিল তাইৰ ওচৰলৈ। : এইকেইটা খাই ল! মলেঁয়াৰ সমুখত মাছৰ পাত্ৰটো থৈ ষ্টেপানে ক‘লে। ষ্টেপানৰ মাত শুনি তাই চকু…

বাঘ আৰু লোককথা

 পঙ্কজ প্ৰতিম বৰদলৈ   ভাৰতীয় লোককথাত বাঘে বিশিষ্ট  স্থান দখল কৰি আছে, বাঘ একেধাৰে ভয়, সম্ভ্ৰম, শ্ৰদ্ধা, ক্ষমতা তথা অনন্ত ৰহস‍্যৰো প্ৰতীক৷ বাঘৰ উপস্থিতি ভাৰতীয় পৌৰাণিক কাহিনী, ধৰ্ম আৰু স্থানীয় পৰিসৰৰ জ্ঞান আৰু পৰম্পৰাতো প্ৰসাৰিত হৈ আছে৷ ভাৰত উপমহাদেশত বাঘ…

ৰাম-কৃষ্ণ মুকুন্দ/ অ’ ত্ৰাহি ত্ৰাহি গোৱিন্দ

 অমৃত গোস্বামী   “ৰাম-কৃষ্ণ মুকুন্দ/ “অ’ ত্ৰাহি ত্ৰাহি গোৱিন্দ/  আৰে অ’, তোমাৰ বচন স্বামী”… ভাতৃসম প্ৰতিৱেশী গোঁহায়ে ফোন‌ কৰি কৈছিল–“গোস্বামীদাদা, আজি নাম এষাৰ পাতিছোঁ– এঘাৰমান বজাত পোৱাকৈ আহিব। অ’‌ হেৰি নহয়, বৌক ক’ব দুপৰীয়া আপোনালৈ ৰান্ধিব নালাগে। ভাতসাঁজ আমাৰ ঘৰতে…

বতৰৰ বতৰা

 নৱনীতা ভট্টাচাৰ্য্য (৪)   ফাগুণ মাহ মানেই বেমাৰ৷ সেইবাবে এই সময়ছোৱাত খোৱা-লোৱাত কিছু মনোযোগ দিবলগীয়া হয়৷ সেইবাবে এই কেইদিন মাকেও ৰিণিক খোৱা-লোৱাত সজাগ হ’বলৈ বৰকৈ কৈ আছে৷ সিদিনাখনলৈ স্কুললৈ যাবলৈ ওলোৱাৰ সময়ত মাকে তাইক ফাগুন মাহৰ কথা কৈ ক’লে, “বতৰ…

কি নাম দিওঁ তাক

আব্দুচ ছামাদ   এক : ইছলাম ছাৰৰ চেকনি আৰু এটা সময়ত মোৰ বিশ্বাস হ’ল যে ইমান দিন মই ভোগ কৰি অহা অশান্তিৰ বেছিখিনিৰ মূলতে সি৷ বিশ্বাস হওঁতে মই বেছ পস্তালোঁ৷ ইমান দিন মই তাৰ লগ কিয় ল’লোঁ! মই তাক কিয়…

সাম্প্ৰতিক অসমীয়া চুটিগল্পত কুইয়ৰ চেতনাৰ স্বৰূপ বিচাৰ

বিশ্বজিৎ শইকীয়া সাহিত্যৰ বিবিধ বিধাৰ ভিতৰত চুটিগল্পও অন্যতম এক বিধা। চুটিগল্পৰ মাজেদি সমাজ একোখনৰ স্বৰূপ কলাসন্মত ৰূপত প্রকাশ পায়। চুটিগল্পৰ জন্ম লগ্নৰেই পৰা মানুহৰ চিন্তা-চেতনা, প্রবৃত্তি, প্রেম-প্ৰতাৰণা, লৈংগিক আকর্ষণ, মানুহৰ সৈতে সমাজ, সংস্কৃতি, ৰাজনীতি, অর্থনীতি ইত্যাদি বিষয় প্রকাশ পাই আহিছে।…

‘বৈদিক ভিলেজ’ৰ দুৰ্গাপূজা আৰু ভাললগা সময়

 অংগনা চৌধুৰী  কলকাতা মহানগৰীত দুই-তিনিবাৰমান দুৰ্গাপূজা চোৱাৰ অভিজ্ঞতা ইতিমধ্যেই স্মৃতিৰ জোলোঙাত সোমাই আছিলেই৷ সেই হৈ-চৈ, সেই ভিৰ-ভাৰ, অজস্ৰ মানুহৰ সমাগমৰ মাদকতা  সম্পূৰ্ণ বেলেগ৷ এইবাৰ পুনৰ পূজাৰ সময়ত ওলালোঁ কলকাতালৈকেই, কিন্তু এক প্ৰশান্তিৰে ভৰা, কোলাহলশূন্য ঠাইলৈ নাম যাৰ ‘‘বৈদিক ভিলেজ’ ’৷…

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-৫

 (পাৰ্বতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী     বৰপেটাৰ নাওখেল। দৰ্শকৰ মাজতেই হওক বা প্ৰতিযোগীসকলৰ মাজতেই হওক —উছাহৰ শেষ নাই। এনে এখন খেলতেই হৰা-জিকাক লৈ অন্যায় হ’ল। ফলত প্ৰতিযোগীৰ মাজত খং-দুখ-জেদে ঠাই ল’লে। নতুন ধনীৰ ওচৰত পৰাজিতজনে পাছৰ বছৰ…

অসমী আই

 অৰুণ গগৈ                 অসমী আই মোৰ           চিৰ সেউজীয়া ইয়াতেই ডাঙৰ হৈ          ৰচিছো সপোন সুৰীয়া ৷   ৰূপহী অসমী আই          …