স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-৯
(পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী জ’নছ মহলীয়াৰ ‘দূৰণিৰ ৰঙ’ৰ নিৰ্মাণ বিষয়ক কিছু কথা জানিবলৈ আজিৰ পৰা দুবছৰমান আগেয়ে কথা পাতিছিলোঁ চিনেমাখনৰ অভিনেত্ৰী পূৰ্ণিমা পাঠক আৰু শব্দগ্ৰহণকাৰী ৰাজেন ৰাজখোৱাৰ লগত৷ নাটকৰ কামত তেজপুৰলৈ অহা অভিনেত্ৰী পূৰ্ণিমা পাঠকৰ কেৰিয়াৰত…