স্বচক্ষে নিজ মৃত্যু দেখা এক আইৰিছ বৈমানিক
মূল : ৱিলিয়াম বাটলাৰ য়েটছ অনুবাদ : অনুভৱ তুলসী জানো জানো মোৰ বাবে ৰৈ আছে নিয়তি ডাৱৰৰ দেশৰ কোনো এক অজান জেগাত যাৰ বাবে এই সমৰ সিহঁতক মই নিঘিনাওঁ যাক মই সুৰক্ষা দিওঁ সিহঁতক নাপাওঁ ভাল কিলটাৰ্টান ক্ৰছ হ’ল…
মূল : ৱিলিয়াম বাটলাৰ য়েটছ অনুবাদ : অনুভৱ তুলসী জানো জানো মোৰ বাবে ৰৈ আছে নিয়তি ডাৱৰৰ দেশৰ কোনো এক অজান জেগাত যাৰ বাবে এই সমৰ সিহঁতক মই নিঘিনাওঁ যাক মই সুৰক্ষা দিওঁ সিহঁতক নাপাওঁ ভাল কিলটাৰ্টান ক্ৰছ হ’ল…
ভাস্কৰ জ্যোতি নাথ য়েটছক ভাল লগাৰ কেইবাটাও কাৰণ আছে৷ যি দৰে অসমীয়া মানুহে ভাৰতীয় জাতীয় পৰিচয়তকৈয়ো অসমীয়া পৰিচয়টো অধিক হেপাহঁত ধাৰন কৰে সেইদৰে য়েটছেও ইংৰাজ হোৱাতকৈ আইৰিছ হৈ বেছি ভাল পাইছিল৷ জেইমছ জয়ছ আৰু ছিমাছ হিনীয়ো ইয়াৰ ব্যতিক্ৰম…
গোৱিন কুমাৰ খাউণ্ড ঘৰৰ টিনৰ ওপৰত সন্ধিয়াৰে পৰা বান্দৰে ধম-ধমাই আছে। মাজে-মাজে ঘৰৰ মুধেৰে মলুৱা এটা সোমাই খক-খককৈ নীলক চʼতিৰ পৰাই খেদা মাৰি আহিব খোজে। হনুমন্ত ভাইলৈ নীলৰ ভয় লাগে কামুৰি বখলা-বখল কৰে বুলি। তথাপি সি মৰসাহ দেখুৱাই বিছনাৰ পৰাই…
লোকনাথ গোস্বামী (মন দাপোনত – ৯) (১) গাঁৱৰ ঘটনা কৈ অন্ত কৰিব নোৱাৰি৷ বহাগ বিহু আহিলেই হুচৰি গোৱাৰ ধুম উঠে, জাকে জাকে হুচৰিৰ দল ওলায় গাঁৱত৷ প্ৰায়বিলাক হুচৰি দল প্ৰথমে আমাৰ ঘৰলৈ বুলি আহে৷ আহি সত্ৰত মূৰ…
ৰিমলী বৰকটকী আন’ৰা। বৰ্তমান সময়ত সমগ্ৰ বিশ্বজুৰি চৰ্চিত এটি নাম৷ আজিৰ লেখাৰ বিষয় এই ছবি ছবি আন’ৰা, যিয়ে ৯৭তম একাডেমী বঁটা প্ৰতিযোগিতাত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ অৰিজিনেল চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ…
উজ্জ্বল স্মৰণ দত্ত উদৰৰ বানবৰিয়া খাল এৱাঁচোলা পিন্ধাৰ পৰা পিতপানী হৈ উজায় দুপৰত বাঢ়ে চোক অজগৰে গিলি খোৱা পৃথিৱীত উদৰৰ চোকত চোক বাঢ়ি ক্ষণে উঠা ক্ষণে নমা বিজ্ঞাপন চাৰে তৃতীয় বিশ্বৰ দেশৰ উদৰৰ ভৰে পিষ্ট কৰা জীৱনৰ ভোগৰ ভোগজৰা খোৱাৰ পৰা জুই হৈ জ্বলে চোক চিকচিনা মনগহন অপূৰ্ণতাক চাকি চাই আকণ্ঠ পান কৰে উদৰৰ চোক হৈ নাথাকে ভোক ভোগৰ দাঁতে আঁকুহে বিকুহে ৷
যোৱা বাইছ এপ্ৰিলৰ দিনা কাশ্মীৰৰ পহলগাম নামৰ প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ পৰ্যটনস্থলীত সন্ত্ৰাসবাদীয়ে ধৰ্মৰ নামত নিৰীহ ভাৰতীয় নাগৰিকৰ হত্যাই সম্প্ৰতি সমগ্ৰ পৃথিৱীকে জোকাৰি গৈছে৷ ঘটনাত জীৱন ত্যাগ কৰিবলগীয়া হোৱা সকলোৰে প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিছোঁ আৰু ৰক্তপাতক যিসকলে ধৰ্ম বুলি ভাবে…
পঙ্কজ প্ৰতিম বৰদলৈ শ্বায়েৰী হৈছে হিন্দী আৰু উৰ্দু সংস্কৃতিৰ হৃদস্পন্দন৷ মাত্ৰ কেইটামান শাৰীত বিয়পি পৰে কেঁচা আৱেগ, হৃদয়ৰ অটল তলিত আঘাত কৰি হয়তো ই পুৰণি ক্ষত শুকুৱায়, অথবা ই দি যায় সেই ঘাতে নতুন যাতনা৷ শ্বায়েৰীসমূহ কবিতা হৈও কবিতাৰ…
গোৱিন কুমাৰ খাউণ্ড ( পাঁচ) পুৱাৰে পৰা জৰিগুৰিত উখল-মাখল পৰিৱেশ। কাৰণটো আন একো নহয়, এখন মদৰ দোকান। কথাটো হিমানীয়ে পুৱাই কৈছিল যদিও মিলিটেৰীৰ সমুলি গাত লগা নাছিল। মনে মনে ভাবিছিল কিছুমান কথাৰ পৰা আঁতৰি থকাই ভাল। অনাহক কথাই মানুহৰ জীৱনটো…
মাধুৰ্য্য গোস্বামী দিনটোৰ সমস্ত কোলাহল— বিভিন্ন পোক-পতংগৰ আৰাও, ফোঁ-ফোঁৱাই বলি থকা বতাহত মচ্মচ্কৈ উঠা চেগুন পাত, ভতুৱা কুকুৰৰ মাত, ছাগলীৰ বেবনি, আধা মাইল দূৰৰ ৰাস্তাৰপৰা পথাৰৰ মাজৰ বতাহখিনিক মহতিয়াই অনা অসংখ্য গাড়ী-মটৰৰ শব্দক আওকাণ কৰি অভ্ৰনীল নিজে এটা স্বয়ংসম্পূৰ্ণ শব্দ হ’ল৷…