Anyayug Contributor Continuities, ৱাল্ট হুইটমেন )

নিৰৱচ্ছিন্নতা

(মূল: Continuities, ৱাল্ট হুইটমেন) অনুবাদ: উচ্চজিৎ দশগিৰি কোনো বাস্তৱ কেতিয়াও নেহেৰায় অথবা হেৰাব নোৱাৰে কোনো চিন্তা, নেহেৰায় কোনো জন্ম-পৰিচয়, নেহেৰায় শকতি, নেহেৰায় জীৱন মনে ঢুকি পোৱা কোনো স্বৰূপো নেহেৰায়, নাইবা নেহেৰায় এই বিশ্বৰ দৃশ্যমান একো সত্তা। আকৃতিবোৰত ভোল নাযাবা, নাইবা ৰূপান্তৰণৰ জগতেৰে বিভ্ৰান্ত হ’বলৈ…