Anyayug Contributor ৰুমী লস্কৰ বৰা

ৰূপান্তৰৰ দস্তাবেজ

 ৰুমী লস্কৰ বৰা পথটো নিঃসাৰ৷ এনেয়ে হ’লে আজিকালি গাঁৱৰ ভিতৰৰ পথো বিভিন্ন মডেলৰ বাইক, গাড়ীয়ে সৰব কৰি ৰাখে৷ মাজে মাজে পুলিচৰ একোখন গাড়ী৷ তাই গাঁৱৰ ভিতৰৰ ৰাজপথ পাৰ হৈ নৈখনৰ পাৰ পালেহি৷ নৈখনো স্থবিৰ৷ একালত তাই এই নৈখনত সমনীয়াৰ সৈতে…