প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ : ভাৰতীয় অৰ্থনীতিৰ গাঁথনিগত পৰিৱৰ্তন হৈছেনে?
ৰাতুল কুমাৰ লাহন গ্যেট চুক্তি স্বাক্ষৰিত হোৱাৰ পৰৱৰ্তী সময়ত বিশ্বৰ অৰ্থনৈতিক প্ৰেক্ষাপটত এক ব্যাপক গাঁথনিগত পৰিৱৰ্তনৰ সূচনা হৈছিল৷ গ্যেট চুক্তিৰ এক অন্যতম স্বাক্ষৰকাৰী দেশ হিচাপে ভাৰতবৰ্ষৰ অৰ্থব্যৱস্থাতো এক যুগান্তকাৰী পৰিৱৰ্তনৰ আৰম্ভ হৈছিল৷ একেসময়তে অৰ্থনৈতিক মন্দাৱস্থা আৰু খাদ্যদ্ৰব্যৰ নাটনিৰ মোকাবিলা…