অব্যাহৃত
ৰাজনৈতিক দলসমূহৰ পুঁজি আৰু নিৰ্বাচনী ব্যয় ৰঞ্জুমণি মহন্ত এতিয়া নিৰ্বাচনৰ বতৰ৷ সন্মুখত বিধানসভাৰ নিৰ্বাচন৷ চাৰিওফালে নিৰ্বাচনী কুচ্কাৱাজ৷ ভাৰতৰ দৰে এখন জনবহুল দেশত নিৰ্বাচন হৈছে আটাইতকৈ ব্যয়বহুল প্ৰক্ৰিয়া৷ পৃথিৱীৰ ভিতৰতে আটাইতকৈ ব্যয়বহুল বুলি পৰিগণিত হোৱা ভাৰতৰ একোটা নিৰ্বাচন পৰিচালনা কৰিবলৈ ব্যয়…